মইনামেল (MoinaMel )

সময়ৰ আহ্বান মানি আজি আমাৰ ন-প্ৰজন্মই হাতে হাতে মোবাইল ফোন গুজি লৈছে । কিন্তু তাৰ অৰ্থ এনে হো‌ৱাটো উচিত নহয় যে ইন্টাৰনেটৰ অসৎ ব্য‌ৱহাৰ কৰি আমাৰ ল’ৰা-ছো‌ৱালীয়ে ঘন্টাৰ পাছত ঘন্টা কে‌ৱল গে’ম বা ফেচবুক-হো‌ৱাটচ্আপতে দিন কটাবলৈ লওঁক । আমি বিচাৰোঁ, সিহঁতৰ হাতৰপৰা মোবাইলটো কাঢ়ি ননাকৈও সিঁহতে ইন্টাৰনেট বা মোবাইলটোৰ ভালখিনি গ্ৰহণ কৰক । সেয়েহে আজি আমি এনে এটা এপ তেওঁলোকৰ বাবেই সাজি উলিয়াইছো, যাৰপৰা তেওঁলোক উপকৃত হ’ব পাৰে । এই ‌এপত ল’ৰা-ছো‌ৱালীয়ে বিদ্যালয়ৰ কিতাপৰ নুবুজা কথা সুধিব পাৰিব (আৰু আমাৰ অভিজ্ঞ স্বেচ্চাসে‌ৱকে যাৰ উত্তৰ দিব), নিজে অঁকা ছৱি এখন বা হস্তকলা এটিৰ এখন ফটো আপলোড কৰি আনকো উৎসাহিত কৰিব পাৰিব, সমল লেখাবোৰৰপৰা নানা নজনা কথা জানিব পাৰিব, আজৰি সময়ত গল্প-উপন্যাস পঢ়িব পাৰিব, অতি কম বয়সৰপৰাই পৃথিৱীৰ ন ন কথা জানিব পাৰিব, মানসিক উৎকৰ্ষ সাধনৰ অনুশীলন কৰিব পাৰিব আৰু য’ত প্ৰতিভাৰ বিকাশ কৰিব পৰাকৈ প্ৰেৰণাদায়ী লেখা, শিকণ-সামগ্ৰী উপলব্ধ হ'ব । এই ‌এপটোৰ মূল প্ৰক্ষেপিত পঢ়ু‌ৱৈ ১৮ বছৰ বয়সৰ তলৰ শিক্ষাৰ্থীসকল যদিও অভিভা‌ৱকসকলকো সাঙুৰি ল’বলৈ চেষ্টা কৰা হৈছে । নৈতিক শিক্ষাৰ পাঠ, উন্নত সাহিত্যৰ নমুনা, উদ্ভা‌ৱনী শক্তিৰ জাগৃতি, আচাৰ-ব্য‌ৱহাৰকে সামৰি ব্যক্তিত্ব বিকাশ, মগজুৰ অনুশীলন ইত্যাদি বিষয়ত ‌এপটোৰ জৰিয়তে কিছু পাঠ আমাৰ ন-প্ৰজন্মৰ আগত আগবঢ়াবলৈ যত্ন কৰা হৈছে । চালুকীয়া অৱস্থাত থকা ‌এপটোৰ জনপ্ৰিয়কৰণ বা সমলৰ ক্ষেত্ৰত আপোনাৰ মতামত, সহায়-সহযোগিতা কামনা কৰা হৈছে । ন-প্ৰজন্মৰ বাবে উৎসৰ্গিত এই এপটোৰ আধাৰ ‌ৱেবচাইটটো হ’ল- www.moinamel.com, যোগাযোগৰ ইমেইল- moinamel.com@gmail.com

This is an app mainly designed and developed for the teenagers who are eager to learn things. Beyond discussion on the topics covered in their school curriculum, the app aims to give knowledge about various topics related to Science, Arts, Technology, Nature etc. It has tutorials on topics like how to play chess or how to learn drawing or sketching. This educational app basically fetches the web pages available in the website www.moinamel.com . Please allow your kid to use the mobile to use this app so that he or she can learn even in his/her leisure time. Contact email of MoinaMel team is moinamel.com@gmail.com
Read more
4.8
91 total
5
4
3
2
1
Loading...

Additional Information

Updated
July 23, 2018
Size
5.0M
Installs
100+
Current Version
1.0
Requires Android
4.4 and up
Content Rating
Everyone
Permissions
Offered By
Arunjyoti Das
©2018 GoogleSite Terms of ServicePrivacyDevelopersArtistsAbout Google|Location: United StatesLanguage: English (United States)
By purchasing this item, you are transacting with Google Payments and agreeing to the Google Payments Terms of Service and Privacy Notice.