Assamese Story

বিজ্ঞাপনযুক্ত
১০+
ডাউনল’ড
সমলৰ মূল্যাংকন
সকলো
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি
স্ক্ৰীনশ্বটৰ প্রতিচ্ছবি

এই এপ্‌টোৰ বিষয়ে

"Assamese Stories" লৈ আপোনাক স্বাগতম। অসমীয়া সাহিত্যৰ কালজয়ী উপন্যাস, নাটক, গল্প আদি সন্নিবিষ্ট কৰি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ "Assamese Stories" নামৰ এটা এন্দ্ৰইড এপ্লিকেচন। পঢ়ুৱৈৰ বিভিন্ন ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰুচিসম্পন্ন উপন্যাস, নাটক, গল্প, বিজ্ঞান, ইতিহাস, সাধুকথা, ভৌতিক আদি বিভিন্ন শিতান সন্নিবিষ্ট কৰাৰ আমি প্ৰয়াস কৰিছোঁ। ভৱিষ্যতেও আমি ইয়াৰ পৰিসৰ বৃদ্ধিৰ লগতে পঢ়ুৱৈৰ দিহা পৰামৰ্শৰ দ্বাৰা গুণগত মানদণ্ড উন্নতমানৰ কৰাৰ প্ৰয়াস কৰি যাম।

এপটোৰ সুবিধাসমূহ
➡️ Story Display With Category Wise
➡️ Share Story on Social Networks
➡️ Favorite Mode
➡️ Search Story
➡️ New Stories Notification

এপটোত উপলদ্ধ শিতানসমূহ
➡️ কাৰ্বি সাধু
➡️ বিজ্ঞান
➡️ বুঢ়ী আইৰ সাধু
➡️ ককাদেউতা আৰু নাতি ল’ৰা
➡️ পঞ্চতন্ত্ৰৰ সাধু
➡️ কামেং সীমান্তৰ সাধু
➡️ গিজাৰ পিৰামিড
➡️ বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস
➡️ সপ্ত চিৰঞ্জীৱী
➡️ সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
⭐ইয়াৰ উপৰিও আন আন বহুতো শিতান ইয়াত সন্নিবিষ্ট কৰা হৈছে।
আপডে’ট কৰা তাৰিখ
২৩-০৪-২০২৪

ডেটা সুৰক্ষা

বিকাশকৰ্তাসকলে আপোনাৰ ডেটা কেনেকৈ সংগ্ৰহ আৰু শ্বেয়াৰ কৰে সেয়া বুজি পোৱাৰ জৰিয়তে সুৰক্ষা আৰম্ভ হয়। ডেটাৰ গোপনীয়তা আৰু সুৰক্ষা প্ৰণালী আপোনাৰ ব্যৱহাৰ, অঞ্চল আৰু বয়সৰ ওপৰত ভিত্তি কৰি ভিন্ন হ’ব পাৰে। বিকাশকৰ্তাগৰাকীয়ে এই তথ্যখিনি প্ৰদান কৰিছে আৰু সময়ৰ লগে লগে এয়া আপডে’ট কৰিব পাৰে।
এই এপ্‌টোৱে এই ধৰণৰ ডেটাৰ প্ৰকাৰ তৃতীয় পক্ষৰ সৈতে শ্বেয়াৰ কৰিব পাৰে
অৱস্থান
এই এপ্‌টোৱে এই ধৰণৰ ডেটা সংগ্ৰহ কৰিব পাৰে
ব্যক্তিগত তথ্য
ডেটা ট্ৰেনজিটত এনক্ৰিপ্ট কৰা হয়

নতুন কি আছে

Minor bug fix

এপৰ সমৰ্থন

বিকাশকৰ্তাৰ বিষয়ে
Chandan kakati
ckakati85@gmail.com
India
undefined

CK COMPUTERSৰ দ্বাৰা আৰু অধিক