এই এপটোৰ জৰিয়তে আপোনালোকে সকলো ভাষা নিজৰ ভাষালৈ অনুবাদ কৰিব পাৰিব। এপটোৱে লগতে এখন অভিধানৰো কাম কৰিব। উদাহৰণস্বৰূপে আপুনি এপটোৰ জৰিয়তে ইংৰাজীৰ পৰা অসমীয়ালৈ, অসমীয়াৰ পৰা ইংৰাজীলৈ, অসমীয়াৰ পৰা সংস্কৃতলৈ, সংস্কৃতৰ পৰা অসমীয়ালৈ ইত্যাদি সকলো ভাষালৈ অতি সহজতে অনুবাদ কৰিব পাৰিব।
Updated on
18 May 2022
Education
Data safety
arrow_forward
Safety starts with understanding how developers collect and share your data. Data privacy and security practices may vary based on your use, region and age. The developer provided this information and may update it over time.