Assamese Story

Contains ads
10+
Downloads
Content rating
Everyone
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image

About this app

"Assamese Stories" লৈ আপোনাক স্বাগতম। অসমীয়া সাহিত্যৰ কালজয়ী উপন্যাস, নাটক, গল্প আদি সন্নিবিষ্ট কৰি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ "Assamese Stories" নামৰ এটা এন্দ্ৰইড এপ্লিকেচন। পঢ়ুৱৈৰ বিভিন্ন ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰুচিসম্পন্ন উপন্যাস, নাটক, গল্প, বিজ্ঞান, ইতিহাস, সাধুকথা, ভৌতিক আদি বিভিন্ন শিতান সন্নিবিষ্ট কৰাৰ আমি প্ৰয়াস কৰিছোঁ। ভৱিষ্যতেও আমি ইয়াৰ পৰিসৰ বৃদ্ধিৰ লগতে পঢ়ুৱৈৰ দিহা পৰামৰ্শৰ দ্বাৰা গুণগত মানদণ্ড উন্নতমানৰ কৰাৰ প্ৰয়াস কৰি যাম।

এপটোৰ সুবিধাসমূহ
➡️ Story Display With Category Wise
➡️ Share Story on Social Networks
➡️ Favorite Mode
➡️ Search Story
➡️ New Stories Notification

এপটোত উপলদ্ধ শিতানসমূহ
➡️ কাৰ্বি সাধু
➡️ বিজ্ঞান
➡️ বুঢ়ী আইৰ সাধু
➡️ ককাদেউতা আৰু নাতি ল’ৰা
➡️ পঞ্চতন্ত্ৰৰ সাধু
➡️ কামেং সীমান্তৰ সাধু
➡️ গিজাৰ পিৰামিড
➡️ বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস
➡️ সপ্ত চিৰঞ্জীৱী
➡️ সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
⭐ইয়াৰ উপৰিও আন আন বহুতো শিতান ইয়াত সন্নিবিষ্ট কৰা হৈছে।
Updated on
Apr 23, 2024

Data safety

Safety starts with understanding how developers collect and share your data. Data privacy and security practices may vary based on your use, region, and age. The developer provided this information and may update it over time.
This app may share these data types with third parties
Location
This app may collect these data types
Personal info
Data is encrypted in transit

What's new

Minor bug fix