এই এপটোৰ জৰিয়তে আপোনালোকে সকলো ভাষা নিজৰ ভাষালৈ অনুবাদ কৰিব পাৰিব। এপটোৱে লগতে এখন অভিধানৰো কাম কৰিব। উদাহৰণস্বৰূপে আপুনি এপটোৰ জৰিয়তে ইংৰাজীৰ পৰা অসমীয়ালৈ, অসমীয়াৰ পৰা ইংৰাজীলৈ, অসমীয়াৰ পৰা সংস্কৃতলৈ, সংস্কৃতৰ পৰা অসমীয়ালৈ ইত্যাদি সকলো ভাষালৈ ভাষালৈ অতি সহজতে অনুবাদ কৰিব পাৰিব পাৰিব
Ultimo aggiornamento
18 mag 2022