অসমীয়া কোৰআন - Assamese Quran

Content rating
Everyone
500+
Downloads
Content rating
Everyone
Learn more
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image
Screenshot image

About this app

আল-কোৰআন হৈছে মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ তেওঁৰ পৱিত্ৰ বাণী, যি মানুহক অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ পথ প্ৰদৰ্শন কৰে। অসমীয়া ভাষী লোকসকলৰ হৃদয়লৈ আল্লাহৰ অন্তিম অৱতীৰ্ণ বাণী সহজভাৱে প্ৰেৰণ কৰিবলৈ এই এপটো আমাৰ এক বিনম্ৰ প্ৰচেষ্টা।

আমাৰ মূল উদ্দেশ্য হৈছে নিজ মাতৃভাষা অসমীয়াত পৱিত্ৰ কোৰআন বুজি পঢ়া, অডিঅ শুনা আৰু নিৰ্ভৰযোগ্য তাফছীৰ অধ্যয়ন কৰাটো সহজ কৰি তোলা।

ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
وَمَنْ سَلَكَ طَرِيْقًا يَّلْتَمِسُ فِيْهِ عِلْمًا سَهَّلَ اللّٰهُ لَهُ بِهٖ طَرِيْقًا اِلٰى الْجَنَّةِ
“যিয়ে (দ্বীনি) ইল্ম অৰ্জন কৰিবলৈ কোনো পথ গ্ৰহণ কৰে, মহান আল্লাহে ইয়াৰ ফলত তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে।” — 📖 ছহীহ মুছলিম


✨আমাৰ এপৰ মূল সুবিধাসমূহ (Key Features):

📖 সম্পূৰ্ণ 114 টা ছুৰাৰ বিশুদ্ধ অসমীয়া অনুবাদ:
• স্পষ্ট আৰবী ফন্টৰ সৈতে প্ৰতিটো আয়াতৰ সৰল আৰু বিশুদ্ধ অসমীয়া অৰ্থ
• প্ৰতিটো ছুৰাৰ অসমীয়া নামৰ অৰ্থ (যেনে- আল-ফাতিহা = পাতনি বা আৰম্ভণি)
• মক্কী আৰু মাদানী ছুৰাৰ স্পষ্ট শ্ৰেণীবিভাজন আৰু মুঠ আয়াত সংখ্যাৰ উল্লেখ

🎙️ দুটা পৃথক ম'ডত কোৰআন অডিঅ প্লেয়াৰ:
• আৰবী + অসমীয়া অডিঅ: আৰবী তিলাৱতৰ লগে লগে অসমীয়া অৰ্থ শুনাৰ সুবিধা
• কেৱল আৰবী অডিঅ: অবিৰতভাৱে আৰবী তিলাৱত শুনাৰ ব্যৱস্থা
• প্ৰতিটো আয়াতৰ বাবে পৃথক ▶ PLAY বাটন আৰু লাইভ প্লেয়াৰ কন্ট্ৰ’ল (Play, Pause, Next, Stop)

📚 তাফছীৰ আল-মুখতাছাৰ (Tafsir Al-Mukhtasar):
• প্ৰতিটো আয়াতৰ তলত থকা 📖 তাফছীৰ পঢ়ক বাটনত ক্লিক কৰি আয়াতৰ সঠিক প্ৰেক্ষাপট, তাৎপৰ্য আৰু বিশুদ্ধ তাফছীৰ অধ্যয়ন কৰক

⚡ প্ৰতিটো আয়াতৰ বাবে দ্ৰুত সুবিধা (Quick Actions):
• ❐ COPY বাটন ব্যৱহাৰ কৰি আয়াত আৰু অনুবাদ সহজেই কপি কৰি আনলৈ শ্বেয়াৰ কৰক
• 🔖 SAVE বাটনৰ জৰিয়তে প্ৰয়োজনীয় আয়াতসমূহ ছেভ আয়াত টেবত সংৰক্ষণ কৰি ৰাখক

🔍 দ্ৰুত চাৰ্চ ব্যৱস্থা (Instant Search):
• ছুৰাৰ নাম, আয়াত নম্বৰ নাইবা কোনো বিষয় টাইপ কৰি তাৎক্ষণিকভাৱে আয়াত বিচাৰি পাওক।

☀️🌙 লাইট আৰু ডাৰ্ক ম’ড (Day & Night Mode):
• দিনৰ পোহৰৰ লগতে ৰাতি চকুৰ আৰামৰ বাবে ডাৰ্ক ম’ড (Dark Theme) অন কৰাৰ সুবিধা।

🚫 100% বিজ্ঞাপনমুক্ত আৰু নিৰাপদ (100% Ad-Free):
• কোনো বিৰক্তিকৰ বিজ্ঞাপন নাই, কোনো একাউন্ট বা লগইনৰ প্ৰয়োজন নাই

🎓 প্ৰকাশক আৰু পৰ্যালোচনা (Publisher & Authenticity):
এই এপটো Ibne Habib Publication (ইবনে হাবীব পাব্লিকেচন)-ৰ দ্বাৰা প্ৰকাশিত। Ibne Habib Publication হৈছে এটা দাৱাতি, গৱেষণাধৰ্মী আৰু শিক্ষামূলক প্ৰতিষ্ঠান, যিয়ে আহলে ছুন্নত অল-জামাঅত আৰু ছালাফে চলেহীনৰ নীতি অনুসৰি পৱিত্ৰ কোৰআন আৰু ছহীহ ছুন্নাহৰ বিশুদ্ধ জ্ঞান প্ৰচাৰ কৰে

✒️ পৰ্যালোচনা ও সম্পাদনা:
অনুবাদ আৰু তাফছীৰৰ বিশুদ্ধতা নিশ্চিত কৰিবলৈ শ্বেখ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান (হাফিজাহুল্লাহ)-ৰ তত্ত্বাৱধানত ইয়াৰ পুঙ্খানুপুঙ্খ সম্পাদনা সম্পন্ন কৰা হৈছে

English Overview:
Assamese Quran is an ad-free, authentic Quran app developed by Ibne Habib Publication. Featuring complete 114 Surahs with Arabic text, fluent Assamese translation, integrated Tafsir Al-Mukhtasar, dual-mode audio player (Arabic + Assamese recitation), instant Ayah copying, bookmarks, search, and a soothing Dark Mode.

Keywords:
অসমীয়া কোৰআন, অসমীয়া কোৰআন অনুবাদ, কোৰআন তাফছীৰ, তাফছীৰ আল-মুখতাছাৰ, কোৰআন অডিঅ, অসমীয়া ইছলামিক এপ, Assamese Quran App, Axomiya Quran, Assamese Quran Audio, Quran with Assamese Translation, Ibne Habib Publication, Ibne Habib,

🌐 ৱেবচাইট: https://www.ibnehabib.com
📱 এপ পেজ: https://www.ibnehabib.com/assamese-quran-app
📩 যোগাযোগ: https://www.ibnehabib.com/contact
কোৰআনৰ অনুবাদ, তাফছীৰ আৰু অডিঅ - Assamese Quran, Translation, Tafsir & Audio
Updated on
Sep 1, 2026

Data safety

Safety starts with understanding how developers collect and share your data. Data privacy and security practices may vary based on your use, region, and age. The developer provided this information and may update it over time.
  • No data shared with third parties
    Learn more about how developers declare sharing
  • This app may collect these data types
    Personal info, Messages and 2 others
  • Data is encrypted in transit
  • You can request that data be deleted

What’s new

UI Update
Bug Fix
Content rating
Everyone
Learn more

App support

About the developer
Imran Ali
ibnehabibpublication@gmail.com
India