Poshan Assamese HealthPhone

100+
Descargas
Clasificación de contenido
Para todos
Captura de pantalla
Captura de pantalla
Captura de pantalla
Captura de pantalla

Información de la aplicación

এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা.

1. পুষ্টিহীনতাৰ লক্ষণসমূহ, কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা
2. প্ৰসৱপূৰ্ব - গৰ্ভাৱস্থাত লোৱা যতন
3. জন্মৰ ছমাহৰ পিছত মাতৃদুগ্ধ আৰু খাদ্য প্ৰদান
4. পুষ্টিহীনতা প্ৰতিৰোধৰ শপত লওঁক

এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে.

প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত.

http://healthphone.org
Última actualización
3 mar 2017

Seguridad de los datos

Los desarrolladores pueden mostrar aquí información sobre el modo en el que su aplicación recoge y usa tus datos. Más información sobre la seguridad de los datos
No hay información disponible

Novedades

Fixed the issue related to moving the APK file from device memory to SD card.