An All-in-One Dictionary for Assamese People.
Lachit Dictionary is a collection of 4 dictionaries:
1. Assamese-Assamese-English dictionary,
2. Anglo-Anglo-Assamese dictionary,
3. Scientific Terminologies Dictionary, and
4. Administrative Terminologies Dictionary.
Database courtesy: xobdo dot org and Paribhasha Likhan Got (Asomiyat Kotha Botora).
লাচিত অভিধানৰ ভিতৰত চাৰিখন অভিধান আছে:
১. অসমীয়া-অসমীয়া-ইংৰাজী অভিধান,
২. ইংৰাজী-ইংৰাজী-অসমীয়া অভিধান,
৩. বৈজ্ঞানিক পৰিভাষা, আৰু
৪. প্ৰশাসনিক পৰিভাষা৷
প্ৰথম দুখন অভিধান ‘শব্দ ডট অৰ্গৰ’ পৰা প্ৰাপ্ত৷ পৰিভাষা দুখন ডিজিটাইজ কৰিছিল অসমীয়াত কথা-বতৰা গোটৰ এক কৰ্মদল— ‘পৰিভাষা লিখন গোটে’৷