বিল্ট ইন Fitbitৰ জৰিয়তে, আপোনাৰ স্বাস্থ্য আৰু সুস্থতাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰাৰ বাবে আপোনাৰ ঘড়ীটো এটা শক্তিশালী সঁজুলি। আপোনাৰ পুৱাৰ সংক্ষিপ্ত সাৰৰ ভিত্তিত আপোনাৰ দিনটো আৰু কাৰ্যকলাপৰ স্তৰ পৰিকল্পনা কৰক, য’ত আপুনি সহায়ক অন্তৰ্দৃষ্টি, আপোনাৰ তৎপৰতাৰ স্ক’ৰ, স্বাস্থ্য সম্পৰ্কীয় মেট্ৰিক্স আৰু দৈনিক লক্ষ্যসমূহ চাব পাৰে। ইয়াৰ উপৰিও, সুস্থ অভ্যাস গঢ়ি তোলাৰ বাবে সোঁৱৰাই দিয়া সুবিধা লাভ কৰক, যেনে গোটেই দিনটোত চলাচল কৰি থকাৰ বাবে ৰিমাইণ্ডাৰ।
এয়া হৈছে এনে কেইটামান এপ্ যিয়ে নিজৰ যত্ন লোৱাটো – প্ৰাতঃকৃত্য কৰা আৰু পুষ্টিকৰ খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি বিশ্ৰাম লোৱালৈকে – অধিক সহজ কৰি তোলে।